অসম

assam

ETV Bharat / state

শুকুৰবাৰৰ পৰা বন্ধ ঐতিহাসিক শৰাইঘাট দলং - GUWAHATI

দলঙখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ পূব ৰে'লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ

BVXFB

By

Published : Mar 14, 2019, 9:10 PM IST

গুৱাহাটী,১৪ মাৰ্চ: শুকুৰবাৰৰ পৰা জনসাধাৰণৰ বাবে বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং । তথ্য অনুসৰি, শুকুৰবাৰে পুৱাৰ পৰা পৰীক্ষামূলকভাৱে বন্ধ থাকিব এই দলং । দলঙখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ পূব ৰে'লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ ।

শুকুৰবাৰৰ পৰা বন্ধ ঐতিহাসিক শৰাইঘাট দলং

ABOUT THE AUTHOR

...view details