- কংগ্ৰেছ এৰি ৰাজ্যসভাৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ শান্তিয়াজ কুজুৰ উপস্থিত গুৱাহাটীত
- ভূৱনেশ্বৰ কলিতা,গৌতম ৰয়ৰ পাছত এইবাৰ শান্তিয়াজ কুজুৰে কৰিলে কংগ্ৰেছ দল ত্যাগ
- কংগ্ৰেছ নেতা শান্তিয়াজ কুজুৰ ৰাজ্যসভাৰ সাংসদ আছিল
- নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতিলৈ সম্বোধন কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে শান্তিয়াজ কুজুৰে
- দল ত্যাগ কৰি শনিবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল সাংসদগৰাকী
- কংগ্ৰেছ দলৰ ভিতৰচৰাত বিজাৰ কৰা বিশৃংখল পৰিস্থিতিৰ বাবে দল ত্যাগ কৰাৰ কথা ব্যক্তি কৰিলে কুজুৰে
- "কংগ্ৰেছ দলৰ বৰ্তমান কোনো হাইকমাণ্ড নাই যাৰ বাবে দলটোত তলৰ পৰ্যায়ত বিশৃংখলতাৰ সৃষ্টি হৈছে
- আনহাতে সংবাদমাধ্যমৰ আগত বিজেপিত যোগদান কৰাৰো এক ইংগিত প্ৰদান কৰিলে সাংসদগৰাকীয়ে
কংগ্ৰেছক বিদায় দি গুৱাহাটী পালেহি শান্তিয়াজ কুজুৰ - কংগ্ৰেছ নেতা
কংগ্ৰেছ এৰি ৰাজ্যসভাৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ শান্তিয়াজ কুজুৰ উপস্থিত গুৱাহাটীত ৷ ভূৱনেশ্বৰ কলিতা,গৌতম ৰয়ৰ পাছত এইবাৰ শান্তিয়াজ কুজুৰে কৰিলে কংগ্ৰেছ দল ত্যাগ ৷
কংগ্ৰেছক বিদায় দি গুৱাহাটী পালেহি শান্তিয়াজ কুজুৰ