বকোৰ 17নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা - ৰেনাল্ট ডাষ্টাৰ
ৰেনাল্ট ডাষ্টাৰ আৰু PWDৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডাষ্টাৰৰ চালকজন ৷

ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
গুৱাহাটী,29 আগষ্টঃ
- বুধবাৰে নিশা বকোৰ চ'কাবাহা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷
- ৰেনাল্ট ডাষ্টাৰ আৰু PWDৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডাষ্টাৰৰ চালক ৷
- ডাষ্টাৰৰ চালকজন সামন্ত কুমাৰ ৰাভা বুলি চিনাক্ত কৰা হৈছে৷
- সামন্ত কুমাৰ ৰাভা চিআৰপিএফৰ এজন জোৱান ৷
- আহত সামন্ত কুমাৰ ৰাভাক নিশাই উন্নত চিকিৎসাৰ বাবে জিএম চিএচলৈ প্ৰেৰণ কৰা হয় ৷
- দুৰ্ঘটনাটোত পতিত ডাষ্টাৰখনৰ নম্বৰ AS-25H-5755আৰু ট্ৰাক খনৰ নম্বৰ ML-08F-6915। ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা