বকোত বলেৰ' পিকআপ বাহনৰ খুন্দাত নিহত এজন যুৱক - বলেৰ' পিকআপ
দুৰ্ঘটনাটোত এগৰাকী পথাচাৰী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
![বকোত বলেৰ' পিকআপ বাহনৰ খুন্দাত নিহত এজন যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3333294-thumbnail-3x2-xdnbvfd1.jpg)
বলেৰ' পিকআপ বাহনৰ খুন্দাত নিহত এজন যুৱক
বকো , 20 মে':কামৰূপ জিলাৰ বকোৰ সমীপৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন বলেৰ' পিকআপ বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷
বলেৰ' পিকআপ বাহনৰ খুন্দাত নিহত এজন যুৱক