অসম

assam

By

Published : May 29, 2019, 11:11 PM IST

ETV Bharat / state

বকোৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা

বকোৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত শৈলেন কলিতা নামৰ এজন লোক

বকোৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা

  • তীব্ৰবেগী বলেৰ' পিক আপ ভানে মহতিয়ালে বাইক আৰোহীক
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শৈলেন কলিতা
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখন AS-25H-3984
  • নম্বৰ ফলক বিহীন বলেৰ' পিক আপ ভান দুৰ্ঘটনাগ্ৰস্ত
  • আহত জনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি
  • উন্নত চিকিৎসাৰ বাবে শৈলেন কলিতাক GMCH লৈ প্ৰেৰণ
    বকোৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details