অসম

assam

ETV Bharat / state

চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক

চাংসাৰীত পথ দুৰ্ঘটনা ৷ চাংসাৰী থানাৰ সমীপতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ।

By

Published : Oct 6, 2020, 4:31 PM IST

Road Accident In Kamrup District Changsari, One Dead
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ

চাংসাৰী, 6 অক্টোবৰ :কামৰূপ জিলাৰ চাংসাৰীত পথ দুৰ্ঘটনা ৷ তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হল বাইক আৰোহী ।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ

তথ্য অনুসৰি, এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী ভগীৰথ কলিতাই কামলৈ গৈ থকা অৱস্থাতে মহতিয়াই লৈ যায় AS 25 DC 7019নম্বৰৰ ডাম্পাৰখনে ।

চাংসাৰী থানা

উল্লেখ্য যে, চাংসাৰী থানাৰ সমীপতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ।

লগতে পঢ়ক :CAA, EIA ৰ বিৰোধিতাৰে উত্তাল ৰাজ্য

ABOUT THE AUTHOR

...view details