গুৱাহাটী, 29 এপ্ৰিলঃবৰঝাৰৰ ভি আই পি চকৰ সমীপৰ গ্ৰীণলেণ্ড নাৰ্ছিং হোমৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় দক্ষিণ কামৰূপৰ কুকুৰমাৰৰ বিতোপন কলিতা নামৰ এজন কণমানি ছাত্ৰ ৷
বৰঝাৰত পথ দুৰ্ঘটনা, নিহত কণমানি ছাত্ৰ - বৰঝাৰ
বৰঝাৰৰ ভি আই পি চকৰ সমীপৰ গ্ৰীণলেণ্ড নাৰ্ছিং হমৰ সন্মুখত পথ দুৰ্ঘটনা । তীব্ৰ বেগী AS-01-DY-4032 নম্বৰৰ ৰয়েল এণ্ডফিল্ড বাইকে মহতিয়ালে এজন কণমানি ছাত্ৰক ।
![বৰঝাৰত পথ দুৰ্ঘটনা, নিহত কণমানি ছাত্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3144131-152-3144131-1556554885856.jpg)
বৰঝাৰত পথ দুৰ্ঘটনাত, নিহত কণমানি ছাত্ৰ
বৰঝাৰত পথ দুৰ্ঘটনাত, নিহত কণমানি ছাত্ৰ
AS-01-DY-4032 নম্বৰৰ ৰয়েল এণ্ডফিল্ড বাইক এখনে মহতিয়াই নিয়ে ছাত্ৰজনক ৷ আজাৰা যানবাহন আৰক্ষীয়ে ততাতৈয়াকৈ আহত ছাত্ৰজনক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে যদিও ’এক্সচেল কেয়াৰ হাস্পতাল’ত মৃত্যু ঘটে বিতোপন কলিতাৰ । মিৰ্জাস্থিত কামৰূপ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল বিতোপন কলিতা ।