- এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত
- ছয়গাঁৱৰ চণ্ডিকাত সংঘটিত হয় দুৰ্ঘটনাটো
- দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্স খনৰ নম্বৰ- AS O1 GC 7318
- ধুবুৰীৰ পৰা গুৱাহাটীলৈ এগৰাকী মহিলা ৰোগীক লৈ অহা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনাটো
- আহত লোক কেইজন ক্ৰমে- ৰোগী ফুলেশ্বৰী ৰায়, ৰাজা ৰায়,অলক দাস,সঞ্জীৱ ৰয় আৰু ৰাজা গোৱালা
- স্থানীয় ৰাইজে আহত লোক কেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে
এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত
ছয়গাঁৱৰ চণ্ডিকাত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত চালক আৰু ৰোগী সহ ৫ জন লোক আহত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্স খনৰ নম্বৰ- AS O1 GC 7318 ৷
এম্বুলেন্স দুৰ্ঘটনাত ৰোগী সহ ৫ জন লোক আহত