অসম

assam

ETV Bharat / state

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২ আৰোহী

দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাৰ বৰকুছিত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত দুজন মটৰ চাইকেল আৰোহী ।

By

Published : May 30, 2019, 10:39 PM IST

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

দক্ষিণ কামৰূপ, 30 মে’: দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাৰ বৰকুছিত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত দুজন মটৰ চাইকেল আৰোহী। এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃত দুই যুৱকৰ পৰিচয় । AS-01AP-0387 নম্বৰৰ CBZ বাইক আৰু AS-01DL-8873 পালচাৰ বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই দুই আৰোহীয়ে।

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

ABOUT THE AUTHOR

...view details