বকো,14মাৰ্চ :কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰাত শনিবাৰে নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো অচিনাক্ত বাহনে খুন্দিয়াই স্কুটি আৰোহীক ৷ AS-01-DA-7209 নম্বৰৰ স্কুটিখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে নিহত হয় স্কুটি আৰোহী। নিহত স্কুটি আৰোহীজন নগৰবেৰা ৰংগাপানীৰ চৈয়দ আলী বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।
বকোৰ ৰাজাপাৰাত পথ দুৰ্ঘটনা: নিহত এজন - বকোৰ ৰাজাপাৰাত পথ দুৰ্ঘটনা
কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰাত শনিবাৰে নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো অচিনাক্ত বাহনে খুন্দিয়াই স্কুটি আৰোহীক ৷
![বকোৰ ৰাজাপাৰাত পথ দুৰ্ঘটনা: নিহত এজন বকোৰ ৰাজাপাৰাত পথ দুৰ্ঘটনা: নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11000416-thumbnail-3x2-img.jpg)
বকোৰ ৰাজাপাৰাত পথ দুৰ্ঘটনা: নিহত এজন