বকো, 11 মে’: সোমবাৰে নিশা ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এক অঘটন ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল টেক্টৰ । দুৰ্ঘটনাত নিহত হয় ট্ৰেক্টৰ চালক গৰাকী ৷
গৰৈমাৰীত নিশা ট্ৰেক্টৰ বাগৰি নিহত চালক - গৰৈমাৰীত পথ দুৰ্ঘটনা
সোমবাৰে নিশা ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এক অঘটন ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল টেক্টৰ । দুৰ্ঘটনাত নিহত হয় ট্ৰেক্টৰ চালক গৰাকী ৷

গৰৈমাৰীত নিশা ট্ৰেক্টৰ বাগৰি নিহত চালক
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা ট্ৰেক্টৰ চালক গৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যু হয় চালক গৰাকীৰ ৷ নিহত ট্ৰেক্টৰ চালক গৰাকীৰ নাম ইন্তাজ আলী(30) বুলি জানিব পৰা গৈছে ৷ নিহত ইন্তাজ আলীৰ ঘৰ গৰৈমাৰী সত্ৰত ৷
লগতে পঢ়ক:জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ