অসম

assam

ETV Bharat / state

বকোত পথ দুৰ্ঘটনা, আহত এক

নিয়ন্ত্ৰণ হোৰুৱাই খুন্দিয়ালে পথৰ দাতিত থকা পোষ্টত

By

Published : Feb 28, 2019, 9:06 PM IST

boko

কামৰূপ, ২৮ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত আলেকজাৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । বাইক আৰোহীয়ে নিয়ন্ত্ৰণ হোৰুৱাই পথৰ দাতিত থকা পোষ্টত খুন্দা মাৰি গুৰুতৰভাৱে আহত হয় ।

boko
আহত বাইক আৰোহীজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

ABOUT THE AUTHOR

...view details