ৰঙিয়া, 26 মে' : ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ৰঙিয়াৰ সমীপৰ চিকনিবাৰীত নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী এখন গধুৰ বাহনে মহতিয়াই লৈ যায় পথচাৰী এজনক ৷ ফলত থিতাতে নিহত হয় ঘগ্ৰাপাৰৰ সিভাচ বিশ্বাস ৷
ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা