- মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুস্প্ৰাপ্য শিহু
- লুইতৰ পানীত ওপঙি থকা দেখি স্থানীয় লোকে ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে
- ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে দুষ্প্ৰাপ্য শিহুটো
- উদ্ধাৰ হোৱাৰ কিছু সময় পিছতে মৃত্যু হয় শিহুটোৰ
- একাংশৰ মতে কোনো লোকে শিহুটো মাৰিবলৈ চেষ্টা চলাইছিল
- ইফালে পানীৰ সোঁতত শিলত খুন্দা খাই শিহুটোৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ
ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ - brahmaputra
মহানগৰীৰ ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে দুস্প্ৰাপ্য শিহুটো ৷

ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ