গুৱাহাটী, ২৩ এপ্ৰিলঃ গুৱাহাটী পাঞ্জাবাৰীৰ ৰাজপথত পুনৰ বিচৰণ বন্যহস্তীৰ । আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে বনৰীয়া হাতীটো ।
মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ - Guwahati
খাদ্যৰ সন্ধানতে জনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বুলি সন্দেহ কৰা হৈছে বনৰীয়া হাতীটো ।
![মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3088954-thumbnail-3x2-ghy.jpg)
মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ
মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ
পাঞ্জাবাৰী সেনাচাউনীৰে মুল প্ৰবেশ দ্বাৰেৰে ওলাই অহাৰ সন্দেহ বনৰীয়া হাতীটো ৷ কিন্ত বন্যহস্তীটোৱে কোনো ধৰনৰ ক্ষয় ক্ষতি কৰা নাই সেই অঞ্চলটোত । খাদ্যৰ সন্ধানতে জনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বুলি সন্দেহ কৰা হৈছে বনৰীয়া হাতীটো । বন্যহস্তীটো দেখি অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱা লগা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিগত দিনটো বনৰীয়া হাতীয়ে পাঞ্জাবাৰীত সন্ত্ৰাস সৃষ্টি কৰি আহিছে যদিও এতিয়া লৈ বন বিভাগে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।