ৰঙিয়া,4 আগষ্টঃ ৰঙিয়া আৰক্ষীৰ জালত কিশোৰী ধৰ্ষণকাৰী ৷ ৰঙিয়াৰ কনিহাৰ এগৰাকী কিশোৰী ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষী ৷ বাইহাটাৰ পৰা ৰঙিয়া আৰক্ষীয়ে আটক কৰে ধৰ্ষণকাৰী ইহাচিন আলীক ৷
আৰক্ষীৰ জালত কনিহাৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত - ধৰ্ষণকাৰী
ৰঙিয়া আৰক্ষীয়ে বাইহাটাৰ পৰা আটক কৰে ধৰ্ষণকাৰী ইহাচিন আলীক

আৰক্ষীৰ জালত কনিহাৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত
আৰক্ষীৰ জালত কনিহাৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত
উল্লেখ্য যে, ধৰ্ষণকাৰীক আটক কৰাৰ দাবীত শনিবাৰে ৰাইজে কনিহাত পথ অৱৰোধ কৰিছিল ৷ লগতে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থায়ো মহকুমা আৰক্ষী বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছিল । ৪৮ ঘণ্টা উকলি যোৱাৰ পিছতো ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম নোহোৱাত ৰঙিয়া আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীনো হৈছিল ৷