অসম

assam

By

Published : Nov 22, 2019, 1:33 PM IST

ETV Bharat / state

নিৰ্মাণৰ চাৰি বছৰ পিছতো বন্ধ ৰঙিয়াৰ দ্বাৰকুছি উপ স্বাস্থ্য কেন্দ্ৰ

ৰঙিয়াৰ পূৱ দ্বাৰকুছি উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ চাৰিটা বছৰ উকলি যোৱাৰ পিছতো মুকলি নোহোৱাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ ৷ ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষপৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

নিৰ্মাণৰ চাৰি বছৰ পিছতো বন্ধ ৰঙিয়াৰ দ্বাৰকুছি উপ স্বাস্থ্য কেন্দ্ৰ

ৰঙিয়া, 22 নৱেম্বৰঃ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ চাৰি বছৰ পিছতো মুকলি নহ’ল স্বাস্থ্য কেন্দ্ৰ ৷ ৰঙিয়াৰ দ্বাৰকুছি উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ চাৰিটা বছৰ উকলি যোৱাৰ পিছতো মুকলি নোহোৱাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ ৷ ইয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আছে ৷

নিৰ্মাণৰ চাৰি বছৰ পিছতো বন্ধ ৰঙিয়াৰ দ্বাৰকুছি উপ স্বাস্থ্য কেন্দ্ৰ

উল্লেখ্য যে 2015 চনতে প্ৰায় 12 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উপ-স্বাস্থ্য কেন্দ্ৰটো এতিয়ালৈ মুকলি নোহোৱাত ক্ৰমাৎ জহি-খহি যাবলৈ ধৰিছে ৷ ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষপৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ ছয়গাঁৱৰ ৰে’ল ষ্টেচনত ৰে’ল যাত্ৰীৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details