অসম

assam

ETV Bharat / state

ৰঙিয়াত চি আই টি ইউৰ প্ৰতিবাদ - কেন্দ্ৰীয় চৰকাৰে ১৫১ খন ৰেল

কেন্দ্ৰীয় চৰকাৰে ১৫১ খন ৰেল ব্যক্তিগত খণ্ডক গটাই দিয়াৰ যি সিদ্ধান্ত লৈছে, তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চি আই টি ইউ ৷

rangia-protest-citu-aginst-govment-privataisation-151-trains
ৰঙিয়াত চি আই টি ইউৰ প্ৰতিবাদ সাব্যস্ত

By

Published : Jul 18, 2020, 7:42 AM IST

ৰঙিয়া,18জুলাইঃ ৰেল বিভাগক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়া ৰেল জংচনৰ সন্মুখত চি আই টি ইউয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৰ'ণা মহামাৰীৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে ১৫১ খন ৰেল ব্যক্তিগত খণ্ডক গটাই দিয়াৰ যি সিদ্ধান্ত লৈছে, তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চি আই টি ইউ ।

ৰঙিয়াত চি আই টি ইউৰ প্ৰতিবাদ সাব্যস্ত

কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মানি লোৱা নহ'ব বুলি চি আই টি ইউ উল্লেখ কৰে। ইপিনে সংগঠনটোৱে চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়া ৰেল জংচন চৌহদ উত্তাল কৰি তুলে । চৰকাৰৰ এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চি আই টি ইউয়ে ।

লগতে পঢ়কঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details