ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰঙিয়া
অসম চৰকাৰৰ মৈত্ৰী প্ৰকল্পৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ৰঙিয়া, 28 আগষ্টঃ অসম চৰকাৰৰ মৈত্ৰী প্ৰকল্পৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো মঙলবাৰে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উদ্বোধনী উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ আৰক্ষী বাহিনীৰ শলাগ লয় আৰু সৎ নিষ্ঠাবান আৰক্ষী বাহিনীৰ ওপৰতেই সমাজৰ উন্নয়ন তথা সৰ্বাংগীন বিকাশ সম্ভৱ বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, দুৰ্যোগ প্ৰশমন মন্ত্ৰী ভৱেশ কলিতাকে ধৰি বহু কেইজন প্ৰশাসনিক বিষয়া ৷
আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ