অসম

assam

ETV Bharat / state

ৰঙিয়াত জব্দ ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী - ৰঙিয়াত জব্দ ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী

ৰঙিয়াত কাষ্টম বিভাগৰ সফল অভিযান, ব্ৰহ্মপুত্ৰ মেইল পৰা বৃহৎ পৰিমাণৰ বিদেশী সামগ্ৰী জব্দ ৷

ৰঙিয়াত জব্দ ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী

By

Published : Sep 17, 2019, 11:46 PM IST

Updated : Sep 18, 2019, 12:56 AM IST

ৰঙিয়া, 17 ছেপ্তেম্বৰঃ

  • ব্ৰহ্মপুত্ৰ মেইল ৰে’লৰ পৰা জব্দ ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী
  • ৰঙিয়াত কাষ্টম বিভাগৰ সফল অভিযান
    ৰঙিয়াত জব্দ ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী
  • এক গোপন সূত্ৰৰ পম খেদি কাষ্টম বিভাগে অভিযান চলায় জব্দ কৰে বিদেশী সামগ্ৰীখিনি
  • নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে’লৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী সামগ্ৰী
  • জব্দ কৰা সামগ্ৰী খিনিৰ ভিতৰত আছে প্ৰসাধন সামগ্ৰী, চিগাৰেট, ম’বাইল ফোন
  • ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী সমূহ ম্যানমাৰৰ পৰা ম'ৰে হৈ অনা হৈছিল
  • তিনিচুকীয়া আৰু ডিমাপুৰত ৰে’লত সামগ্ৰীবোৰ বুকিং কৰি ব্ৰহ্মপুত্ৰ মেইলেৰে দিল্লীলৈ নিয়াৰ পৰিকল্পনা চলোৱা হৈছিল
  • ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বিভাগটোৱে তদন্ত আৰম্ভ কৰিছে
Last Updated : Sep 18, 2019, 12:56 AM IST

ABOUT THE AUTHOR

...view details