অসম

assam

ETV Bharat / state

ৰঙিয়াত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন - কামৰূপ

বংশ পৰিয়াল আৰু সন্তানৰ পৰা এলাগী হৈ পৰা ৰাজকুমাৰ গৌড় নামৰ ব্যক্তি গৰাকীৰ সৎকাৰৰ বাবে আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায়ৰ লোক

ৰঙিয়াত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন

By

Published : Aug 24, 2019, 10:00 PM IST

কামৰূপ, 24 আগষ্টঃ ৰঙিয়াত দেখা গ'ল মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ যি সময়ত ধৰ্মৰ বাবে মানৱ সমাজ ভাগ ভাগ হ'বলৈ লৈছে, তেনে সময়তে ৰঙিয়াত দেখা গ'ল সম্প্ৰীতিৰ অপূৰ্ব এনাজৰী । বংশ পৰিয়াল আৰু সন্তানৰ পৰা এলাগী হৈ পৰা ৰাজকুমাৰ গৌড় নামৰ ব্যক্তি গৰাকীৰ সৎকাৰৰ বাবে আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায়ৰ লোক ৷ হিন্দু ধৰ্মৰ পূজাৰী মাতি আনি সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সৎকাৰৰ ব্যৱস্থা কৰিছে স্থানীয় মুছলমান সম্প্ৰদায়ৰ ৰাইজে ।

আনহাতে, এবিএমছুৰ নেতা নজৰুলে ইছলামে সমূহ ৰাইজলৈ সকলো ভেদাভেদ পাহৰি মিলাপ্ৰীতিৰে বাস কৰিবলৈ আহ্বান জনায় ।

ৰঙিয়াত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন

ABOUT THE AUTHOR

...view details