- শনিবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা
- ৰঙিয়াৰ কেকোৱাহাটীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো
- দুৰ্ঘটনাটোত তিনিজন লোক গুৰুতৰভাৱে আহত
- আহত তিনিজনৰ অৱস্থা সংকটজনক
- ঘটনাটোত ভাঙি চূৰ্ণ হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান
- দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS-01-AT-6004
- আহত লোক তিনিজন কেকোৱাহাটীৰ সুনিল বসুমতাৰী(৩৬), ফুকন বড়ো(৪৬) আৰু ভগিৰথ বড়ো(৫৮)
- স্থানীয় ৰাইজে ততাতৈয়াকৈ তিনিওজনকে স্পৰ্শ হস্পিটালত ভৰ্তি কৰায় ৰঙিয়াত ভয়ানক পথ দুৰ্ঘটনা;আহত 3
ৰঙিয়াত ভয়ানক পথ দুৰ্ঘটনা;আহত 3 - ৰঙিয়া
শনিবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্যটনা । দুৰ্ঘটনাটোত আহত হোৱা তিনিজন লোকৰ অৱস্থা সংকটজনক । ঘটনাটোত ভাঙি চূৰ্ণ-বিচূৰ্ণ এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

ৰঙিয়াত ভয়ানক পথ দুৰ্ঘটনা;আহত 3