দক্ষিণ কামৰূপ,25 অক্টোবৰঃ আজিৰে পৰা আগন্তুক দুই দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশ মেঘাচ্ছন্ন হোৱাৰ লগতে ধাৰাষাৰ বৰষুণৰ হোৱাৰ সম্ভাৱানা ৷ শুকুৰবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰে এই তথ্য ৷ সাগৰপৃষ্ঠৰ পৰা 0.9 কিঃমিঃ উচ্চতাত উৎপত্তি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ নপৰে অসমত ৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰে তথ্য অনুসৰি দীপাৱলীৰ সময়ছোৱাত গুৱাহাটীত বৰষুণ কিছু কমিব যদিও অসমৰ বৰাক উপত্যকা আৰু মিজোৰামত অব্যাহত থাকিব বৰষুণ ৷
ৰাজ্যত আগন্তুক দুই দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা - Rain and thunderstrom will be continued next two days in assam
আজিৰে পৰা আগন্তুক দুই দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশ মেঘাচ্ছন্ন হোৱাৰ লগতে ধাৰাষাৰ বৰষুণৰ হোৱাৰ সম্ভাৱানা ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰে এই তথ্য ৷
![ৰাজ্যত আগন্তুক দুই দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4867486-thumbnail-3x2-wea.jpg)
ৰাজ্যত আগন্তুক দুই দিনলৈ বৰষুণৰ সম্ভাৱনা
ৰাজ্যত আগন্তুক দুই দিনলৈ বৰষুণৰ সম্ভাৱনা
ওড়িশাৰ পৰা অসমলৈ থকা এক নিম্নচাপৰ অক্ষয় ৰেখা চক্ৰৰ বাবে অব্যাহত আছে বৰষুণ ৷