কামৰূপ, 30 ডিচেম্বৰ: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত উদ্ধাৰ হৈছে বৃহৎ আকাৰৰ অজগৰ ৷ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ২নং টুলামাটি গাঁৱত উদ্ধাৰ হয় বৃহৎআকাৰৰ অজগৰ ডাল ৷ গাঁওখনৰ চাৰি জন যুৱকে বাঁহ গছৰ পৰা অতি কৌশলেৰে উদ্ধাৰ কৰে অজগৰ ডাল ৷
বাইহাটা চাৰিআলিত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ - ২নং টুলামাটি গাঁও
বাইহাটা চাৰিআলিৰ ২নং টুলামাটি গাঁৱত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ ৷ চাৰিজন যুৱকে এজোপা বাঁহ গছৰ পৰা উদ্ধাৰ কৰে অজগৰ ডাল ৷
![বাইহাটা চাৰিআলিত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ Python Recovered at Baihata](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10054943-516-10054943-1609304884341.jpg)
বাইহাটা চাৰিআলিত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ
বাইহাটা চাৰিআলিত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ
উল্লেখ্য যে,কোনো ধৰণৰ হাবি জংঘল বা পাহাৰ নথকা অঞ্চলটোত অজগৰ উদ্ধাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অঞ্চলটোৰ স্থানীয় লোকে অজগৰ উদ্ধাৰৰ পাচতে বন বিভাগৰ লগতে বাইহাটা চাৰিআলি আৰক্ষীকো খবৰ দিয়ে ৷ কিন্তু বাতৰি সংগ্ৰহৰ সময়লৈ উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷
লগতে পঢ়ক:যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী
Last Updated : Dec 30, 2020, 11:18 AM IST