অসম

assam

ETV Bharat / state

খহনীয়াৰ কবলত 170 বছৰীয়া পুৰণা মছজিদ

পুঠিমাৰী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ ১নং ভেলকৰ অঞ্চলৰ ৷ খহনীয়াৰ কবলত 170 বছৰীয়া পুৰণি মছজিদ আৰু বিদ্যালয়ৰ গৃহ

খহনীয়াৰ কবলত 170 বছৰীয়া পুৰনা মছজিদ

By

Published : Jul 30, 2019, 11:47 PM IST

হাজো,30 জুলাই : পুঠিমাৰী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ ১নং ভেলকৰ অঞ্চলৰ ৷ খহনীয়াৰ কবলত 170 বছৰীয়া এটা পুৰণি মছজিদ আৰু বিদ্যালয়ৰ গৃহ। যি কোনো মূহুৰ্ততে পুঠিমাৰী নদীৰ খহনীয়াৰ বাবে হাজোৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে বঙালপাৰা অঞ্চলৰ অতি পুৰণি মছজিদ ৷ ইতিমধ্যে দুই তিনি দিনৰ ভিতৰত খহনীয়াৰ কবলত পৰি অন্য ঠাইলৈ যাবলগীয়া হৈছে ২৫ টাকৈ পৰিয়াল। বান নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। নিৰ্বিকাৰ চৰকাৰ ৷

খহনীয়াৰ কবলত 170 বছৰীয়া পুৰনা মছজিদ

ABOUT THE AUTHOR

...view details