- মেৰামতিৰ এমাহৰ পাছতে চপৰা চপৰে খহিছে পুৰণি শৰাইঘাট দলঙৰ ওপৰ অংশ
- দলংখনৰ বিভিন্ন স্থানত এৰাই গৈছে কংক্ৰীট
- 9 কোটি টকা ব্যয়েৰে ৰে'ল বিভাগে মেৰামতি কৰিছিল পুৰণি দলংখন
- ক্ষোভিত শৰাইঘাটেৰে পাৰাপাৰ হোৱা লোকসকল
- ৰে'ল বিভাগৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ
শৰাইঘাটৰ মেৰামতিৰ নামত নিম্নমানৰ কামৰ অভিযোগ - শৰাইঘাট
দলংখনৰ বিভিন্ন স্থানত এৰাই গৈছে কংক্ৰীট ৷ 9 কোটি টকা ব্যয়েৰে ৰে'ল বিভাগে মেৰামতি কৰিছিল পুৰণি দলংখন ৷
![শৰাইঘাটৰ মেৰামতিৰ নামত নিম্নমানৰ কামৰ অভিযোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3844926-thumbnail-3x2-j.jpg)
মেৰামতিৰ নামত নিম্নমানৰ কামৰ অভিযোগ
মেৰামতিৰ নামত নিম্নমানৰ কামৰ অভিযোগ