গুৱাহাটী,৫ মাৰ্চ: মঙলবাৰে জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচে দীঘলীপুখুৰীত এক প্ৰতিবাদ সাব্যস্ত কৰে ।কেইবাটাও দাবীত পুৰণৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ।
গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ ব্যক্তিগতকৰনৰ বিৰুধিতা,চাহবাগিছা সমূহত সুৰাৰ বেপাৰবন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে সংগঠন কেইটাই ৷
দীঘলীপুখুৰীৰ পাৰত জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচৰ প্ৰতিবাদ - জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ
বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰনৰ বিৰুধিতা,চাহবাগিছা সমূহত সুৰাৰ বেপাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নৰ
![দীঘলীপুখুৰীৰ পাৰত জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2610908-983-8f793a6a-d1c6-4c9b-8b60-a1a4ea1e13ee.jpg)
IMAGE 5
প্ৰতিবাদকাৰী সকলে কয় যে চাহবাগিছাৰ মালিকসকল আৰু এচাম মুনাফালোভী লোকৰ বাবেই ডেৰ শতাধিকতকৈ বেছি লোকে মৃত্যু আকোঁৱালী লব লগা হল ৷
VIDEO