ৰঙিয়া, 8 ফেব্ৰুৱাৰী : ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত (Panchayat and Rural Development Department) ৷ নাৰ্য্য প্ৰাপ্য বিচাৰি ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাই এসপ্তাহ কৰ্ম বিৰতি পালন কৰাৰ পিছত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে (Protest at Rangia Block Development Office) ।
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাকৰিকাল ৬০ বছৰলৈ সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ROPৰ ব্যৱস্থা কৰা, সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰাৰ এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী জনায় (Contractual PNRD employees protest in Rangia) ।