গুৱাহাটী , ১২ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দীঘলীপুখুৰী পাৰত ইষ্ট উইমেনচ ফ্ৰন্ট আৰু যুজাৰু দ্য ফাইটাৰ্চৰ অৱস্থান ধৰ্মঘট । বিধেয়ক ৰাজ্য সভাত গৃহীত কৰিলে অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ ।
দীঘলীপুখুৰীৰ পাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী বিধেয়ক
বিধেয়ক গৃহীত হ'লে অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ
![দীঘলীপুখুৰীৰ পাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2426760-593-0a4ab09c-7458-43a5-98b1-a54dfd6e66a8.jpg)
Dighalipukhuri
Dighalipukhuri
লগতে ৰাজ্যসভাত কংগ্ৰেছ দলটোৱে বিধেয়কখনৰ বিৰোধিতা কৰা উচিত বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য় আগবঢ়াই । বিধেয়কখন বাতিলৰ বাবে অবিৰত চেষ্টা চলাই যাব বুলিও প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ।