অসম

assam

ETV Bharat / state

হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

গুৱাহাটী মহানগৰীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস ৷ পেট্ৰলত 72.38 টকা আৰু ডিজেলত 66.53 টকা ।

By

Published : Apr 7, 2019, 1:43 PM IST

হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী,7এপ্ৰিলঃ দেওবাৰে হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য । প্ৰটি লিটাৰ পেট্ৰলত 6 পইচা আৰু প্ৰতিলিটাৰ ডিজেলত 8 পইচা কৈ হ্ৰাস ৷ গুৱাহাটী মহানগৰীত পেট্ৰ’লৰ মূল্য 72.38 টকা আৰু ডিজেলৰ মূল্য 66.53 টকা ।

হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য

ABOUT THE AUTHOR

...view details