অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বকোত অগপ দলৰ সংবাদমেল - নাগৰিকত্ব সংশোধনী আইন

বকোৰ অসম গণ পৰিষদ দলৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংবাদ মেল ৷ সংবাদমেলত অংশগ্ৰহণ বকোৰ অগপ দলৰ সভাপতি পৰাণ জ্যোতি দাস আৰু বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসৰ ৷

BOKO AGP OPPOSING CAA
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বকোৰ অগপ দলৰ সংবাদমেল

By

Published : Dec 14, 2019, 5:35 PM IST

বকো,14 ডিচেম্বৰ : বকো সমষ্টিৰ অসম গণ পৰিষদ দলে শনিবাৰে নিজৰ কাৰ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক সংবাদ মেলৰ আয়োজন কৰে ৷ বকোৰ অগপ দলৰ সভাপতি পৰাণ জ্যোতি দাসৰ মন্তব্য অগপ দল বকো কমিতি সদায় জনসাধাৰণৰ লগত থাকিব আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমান হৈ থকা আন্দোলনত সহযোগ কৰিব ৷ সংবাদ মেলখনত বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসৰ মন্তব্য অসমৰ ৰাইজে কৰা স্বত:ফূৰ্ত আন্দোলনৰ বিৰোধ নকৰে তেওঁ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ লগত থিয় দিব তেওঁ ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বকোৰ অগপ দলৰ সংবাদমেল

ABOUT THE AUTHOR

...view details