ছয়গাঁও,16 ডিচেম্বৰঃ ছয়গাঁৱলৈ আহি নিজৰেই সমষ্টিত কমলা কলিতাক বিশ্বাসঘাটক আখ্যা দিয়ে প্ৰফুল্ল মহন্তই ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰাণ হেৰুওৱা শ্বহীদ দীপাঞ্জল দাসৰ মাতৃ তথা আছুৱে চোৰ আখ্যা দিয়ে ছয়গাঁও সমষ্টিৰ বিধায়কগৰাকীক ৷ সোমবাৰে দীপাঞ্জল দাসৰ পিতৃক আৰ্থিক সাহায্য প্ৰদান কৰিছিল বিধায়ক কমলা কলিতাই ৷ কিন্তু পৰিয়ালৰ লোকে সেই সাহায্য উভটাই দিব বুলি মন্তব্য প্ৰকাশ কৰে ৷
কমলা কলিতাক বিশ্বাসঘাটক আখ্যা প্ৰফুল্ল মহন্তৰ
কমলা কলিতাক বিশ্বাসঘাটক আখ্যা প্ৰফুল্ল মহন্তৰ ৷ লগতে অগপ দলৰ একাংশ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
কমলা কলিতাক বিশ্বাসঘাটক আখ্যা প্ৰফুল্ল মহন্তৰ
উল্লেখ্য যে,সোমবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হয় দলেপাৰাৰ দুখীয়া পৰিয়ালটোৰ ওচৰত ৷ লগতে অগপ দলৰ একাংশ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক- নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি