অসম

assam

ETV Bharat / state

আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান' - মোডী চৰকাৰ

ভাৰতবৰ্ষত জন্ম পোৱা প্ৰতিজন শিশুক সুস্থ সৱল আৰু নিৰোগী কৰি তোলাৰ উদ্দেশ্যৰে মোডী নেতৃত্বাধীন চৰকাৰে পোষণ অভিযানৰ আৰম্ভ কৰে

আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান'

By

Published : Sep 5, 2019, 4:35 PM IST

কামৰূপ, 5 চেপ্তেম্বৰঃ কামৰূপৰ আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান' ৰেলীৰ শুভাৰম্ভ । আমিনগাঁও জিলা উপাযুক্ত কাৰ্যলয়ৰ পৰা আৰম্ভ হয় সমাজ কল্যাণ বিভাগৰ এই 'পোষণ' ৰেলী । ৰেলীৰ শুভাৰম্ভ কৰে কামৰূপ জিলা অতিৰিক্ত উপাযুক্ত কান্তা দাসে । উল্লেখ্য যে, ভাৰতবৰ্ষত জন্ম পোৱা প্ৰতিজন শিশুক সুস্থ সৱল আৰু নিৰোগী কৰি তোলাৰ উদ্দেশ্যৰে মোডী নেতৃত্বাধীন মোডী চৰকাৰে পোষণ অভিযানৰ আৰম্ভ কৰে । ৰেলীত অংশ গ্ৰহণ কৰে কামৰূপ জিলা শিক্ষা বিষয়া, সহকাৰী আয়ুক্ত চেহনাব চাহিনকে ধৰি সমাজ কল্যাণ বিভাগৰ দুই শতাধিক কৰ্মী উপস্থিত থাকে ।

আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান'

ABOUT THE AUTHOR

...view details