অসম

assam

ETV Bharat / state

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে সাজু কামৰূপৰ প'লিং-প্ৰিজাইডিং বিষয়াসকল - গুৱাহাটী

কামৰূপ জিলাৰ 143টা স্পৰ্শকাতৰ প'লিং ষ্টেচনত থাকিব ৱেব কেম ব্যৱস্থা

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে সাজু কামৰূপৰ প'লিং-প্ৰিজাইডিং বিষয়া

By

Published : Apr 22, 2019, 1:36 PM IST

গুৱাহাটী, 22 এপ্ৰিলঃ23 এপ্ৰিলত অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হ'ব 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে কামৰূপ জিলাৰ বিভিন্ন প'লিং ষ্টেচনলৈ যাবৰ বাবে সাজু হৈ উঠিছে প'লিং-প্ৰিজাইডিং বিষয়াসকল ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে সাজু কামৰূপৰ প'লিং-প্ৰিজাইডিং বিষয়া

কামৰূপ জিলাৰ 143 টা স্পৰ্শকাতৰ প'লিং ষ্টেচনত থাকিব ৱেব কেম ব্যৱস্থা ৷ নিৰ্বাচন আয়োগে ৱেব কেম ব্যৱস্থাৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া পোন পটীয়াকৈ পৰ্যবেক্ষণ কৰিব ৷ ইয়াৰোপৰিও প্ৰতিটো প'লিং কেন্দ্ৰত থাকিব মাইক্ৰ অৱজৰ্ভাৰ ৷

ABOUT THE AUTHOR

...view details