অসম

assam

ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ০৭ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ০৮ পইচাকৈ বৃদ্ধি পায়।

By

Published : Feb 28, 2019, 10:43 AM IST

VSD

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী: বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৮ পইচাকৈ বৃদ্ধি পায়।

VIDEO

বুধবাৰে গুৱাহাটীত পেট্ৰ'ল ডিজেলৰ মূল্য অপৰিৱৰ্তিত থকাৰ পিচত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.২৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৫২ টকা।

ABOUT THE AUTHOR

...view details