অসম

assam

ETV Bharat / state

আমিনগাঁৱত মুকলি বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ

আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে মুকলি আইনী সাহায্য় কেন্দ্ৰ

By

Published : Feb 27, 2019, 2:05 PM IST

বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ মুকলি

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : আমিনগাঁৱৰ ন্যায়িক আদালতৰ চৌহদত সাধাৰণৰ ৰাইজৰ বাবে মুকলি কৰা হয় বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ । আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে মুকলি এই আইনী সাহায্য় কেন্দ্ৰ । যাৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকে আবেদন সাপেক্ষে দণ্ডাধীশৰ জড়িয়তে লাভ কৰিব চৰকাৰী উকিলৰ সহায় ।

বিনামূলীয়া আইনী সাহায্য় কেন্দ্ৰ মুকলি
মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ উজ্বল ভূঞাই এই কেন্দ্ৰৰ উদ্বোধন কৰি এই আঁচনিৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে । ইপিনে এই কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ আৰু কামৰূপ জিলা দণ্ডাধীশ আৰ. এ. টাড্ডাৰ উপস্থিত থাকে

ABOUT THE AUTHOR

...view details