ETV Bharat / state
Accident at Bengaluru : বেংগালুৰুত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে ৰঙিয়াৰ পুনমে - পুনৰ বহিঃৰাজ্যত মৃত্যু হ’ল অসম এগৰাকী যুৱতী
পুনৰ বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এগৰাকী যুৱতীৰ ৷ এইবাৰ বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ হেৰুৱালে অসমৰ মেধাৱী ছাত্ৰী পুনম দাসে (One young woman from Rangia died at Bengaluru) ৷ নিহত পুনম দাসৰ ঘৰ ৰঙিয়াৰ মিলনপুৰত ৷
![Accident at Bengaluru : বেংগালুৰুত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে ৰঙিয়াৰ পুনমে One young woman from Rangia died at Bengaluru](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17227375-thumbnail-3x2-rangiaaaaa.jpg)
বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হ’ল অসমৰ এগৰাকী মেধাৱী ছাত্ৰী
By
Published : Dec 16, 2022, 8:29 PM IST
| Updated : Dec 16, 2022, 8:37 PM IST
- বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হ’ল অসমৰ এগৰাকী মেধাৱী ছাত্ৰী (Accident at Bengaluru)
বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হ’ল ৰঙিয়াৰ পুনম দাস
- নিহত ছাত্ৰীগৰাকীৰ নাম পুনম দাস
- পুনম দাসৰ ঘৰ ৰঙিয়াৰ মিলনপুৰত
- তথ্য অনুসৰি, বেংগালুৰুৰ SRI KRISHNA INSTITUTE OF TECHNOLOGY ত B.Tech ৰ ছাত্ৰী আছিল পুনম
- বৃহস্পতিবাৰে নিশা ৮ বজাত বিমানযোগে ঘৰলৈ ওভতাৰ কথা আছিল পুনমৰ
পুনৰ বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এগৰাকী যুৱতী
- কিন্তু উক্ত দিনা ঘৰৰ বাবে কিছু বজাৰ কৰিবলৈ ওলাই আহোতেই দুৰ্ঘটনাত পতিত হয় পুনম(One young woman from Rangia died at Bengaluru)
- এখন চলন্ত বাছৰ চকা মূৰৰ ওপৰত উঠি যোৱাৰ ফলতে থিতাতে নিহত হয় ছাত্ৰীগৰাকী
- ইফালে পুনম দাসক মৃত্যুৰ খবৰ বিয়পি পৰাত ৰঙিয়াত পৰিছে শোকৰ ছাঁ
Last Updated : Dec 16, 2022, 8:37 PM IST