পলাশবাৰীত কেবৰ প্ৰতিবাদ কৰিবলৈ গৈ নিহত 1 - cab protest at palashbari
![পলাশবাৰীত কেবৰ প্ৰতিবাদ কৰিবলৈ গৈ নিহত 1 পলাশবাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5365154-1067-5365154-1576252437156.jpg)
পলাশবাৰীত কেবৰ প্ৰতিবাদ কৰিবলৈ গৈ নিহত 1
20:11 December 13
কামৰূপ, 13 ডিচেম্বৰঃ পলাশবাৰীত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ নিহত হ'ল এজন যুৱক । নিহত যুৱকজনৰ নাম দেৱজিৎ ভূঞা । প্ৰতিবাদ কৰিবলৈ আহোতে টেম্পোৱে মহতিয়াইছিল দুই যুৱকক । নিহত যুৱকজন পলাশবাৰী আগিছিয়াৰ বুলি চিনাক্ত । আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন যুৱক GMCH ত চিকিৎসাধীন ।
Last Updated : Dec 13, 2019, 9:30 PM IST