বকো, ৯ মে: কামৰূপ জিলাৰ ছয়গাঁৱৰ ৰতণপুৰ পাটগাঁৱত বামূনীগাওঁ বনাঞ্চলিক বিষয়া কুশল দাসে এটি ভালুকৰ পোৱালী উদ্ধাৰ কৰে ৷ প্ৰায় চাৰিমহীয়া ভালুকৰ পোৱালীটো উদ্ধাৰ কৰাৰ পাছত প্ৰতিপালন কৰি কাজিৰঙাত এৰি দিয়াৰ ব্যৱস্থা কৰে বন বিষয়া কুশল দাসে ৷
ছয়গাঁৱত উদ্ধাৰ ভালুকৰ পোৱালী - One beer child rescue from Chaygaon etv Bharat Assam
প্ৰায় চাৰিমহীয়া ভালুকৰ পোৱালীটো উদ্ধাৰ কৰাৰ পাছত প্ৰতিপালন কৰি কাজিৰঙাত এৰি দিয়াৰ ব্যৱস্থা কৰে বন বিষয়া কুশল দাসে ৷
![ছয়গাঁৱত উদ্ধাৰ ভালুকৰ পোৱালী One beer child rescue from Chaygaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7125501-270-7125501-1589015793335.jpg)
ছয়গাঁৱৰ ৰতণপুৰ পাটগাঁৱত উদ্ধাৰ এটি ভালুকৰ পোৱালী
বন বিষয়াগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰে বন্য প্ৰাণী প্ৰেমীসকলে ৷
ছয়গাঁৱৰ ৰতণপুৰ পাটগাঁৱত উদ্ধাৰ এটি ভালুকৰ পোৱালী