বৰুৱাজানীত উৎখাত দলিলৰ অবৈধ বেহাৰ ঘাটি - উৎখাত
দলিলৰ অবৈধ বেহাৰ ঘাটি উৎখাতঃ আটক চাহিদা খাতুন নামৰ এগৰাকী মহিলাক
![বৰুৱাজানীত উৎখাত দলিলৰ অবৈধ বেহাৰ ঘাটি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2826594-897-aa5ad398-53db-496a-afd8-0937ff964c39.jpg)
দলিলৰ অবৈধ বেহাৰ ঘাটি উৎখাত
কামৰূপ, 28 মাৰ্চঃ কামৰূপৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানীত দলিলৰ অবৈধ বেহাৰ এটা ঘাটি উৎখাত কৰে কমলপুৰ আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে দলিলৰ অবৈধ বেহাৰ ঘাটিটো ৷ লগতে ঘাটিটোৰ পাৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ৰাজহ টিকট আৰু দলিল ৷ বৰুৱাজানীৰ চাফনুৰ আলী নামৰ এগৰাকী ব্যক্তিয়ে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি চলাই আহিছিল দলিলৰ এই অবৈধ বেহা ৷
দলিলৰ অবৈধ বেহাৰ ঘাটি উৎখাত