বাইহাটা,8 অক্টোবৰ: উত্তৰ গুৱাহাটীৰ ফুলুঙত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত হয় ষাঠিৰ উৰ্ধৰ হৰেন দাস নামৰ পথচাৰীজন ।
উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পথচাৰী - উত্তৰ গুৱাহাটী
বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত উত্তৰ গুৱাহাটীৰ ফুলুঙত ভয়ানক পথ দুৰ্ঘটনা । তীব্ৰবেগী পালচাৰ বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন পথচাৰীক ৷
![উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পথচাৰী North Guwahati accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9104074-796-9104074-1602176966683.jpg)
উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনা
এখন তীব্ৰবেগী পালচাৰ বাইকৰ খুন্দা মাৰে পথচাৰীজনক । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে হৰেন দাসক ততাতৈয়াকৈ চিকিৎসাললৈ প্ৰেৰণ কৰে স্থানীয় লোকে । আহত লোকজনৰ ঘৰ উত্তৰ গুৱাহটীৰ ফুলুঙত বুলি জানিব পৰা গৈছে । ইতিমধ্যে বাইক আৰোহী তিনিজনক আটক কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী