বাইহাটা চাৰিআলি, 15 মে’ : কৰ’ণাৰ সংক্ৰমমৰ প্ৰতি কোনো ভয় নাই বাইহাটা চাৰিআলিৰ একাংশ লোকৰ । এই অভিযোগ উত্থাপন কৰিছে ঠাইখনৰ সচেতন মহলে ৷ চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰিছে একাংশ লোকে ।
বাইহাটা চাৰিআলিত লক ডাউন অমান্য একাংশৰ - বাইহাটা চাৰিআলিৰ পুলিচ পইণ্ট
শেহতীয়া ভয়াৱহ পৰিস্থিতিক লৈ গা লৰা নাই একাংশ বাইহাটাবাসীৰ ৷ সেয়েহে মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব বজাই নৰখা একাংশক জৰিমনা বিহিলে বাইহাটা চাৰিআলিৰ আৰক্ষীয়ে ৷
![বাইহাটা চাৰিআলিত লক ডাউন অমান্য একাংশৰ বাইহাটা চাৰিআলিত লক ডাউন অমান্য একাংশৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7208561-937-7208561-1589541809086.jpg)
বাইহাটা চাৰিআলিত লক ডাউন অমান্য একাংশৰ
বাইহাটা চাৰিআলিত লক ডাউন অমান্য একাংশৰ
অৱশেষত গুৱাহাটী মহানগৰীৰ নিলগৰ বাইহাটা চাৰিআলিৰ পুলিচ পইণ্টততে মাক্স পৰিধান নকৰা আৰু সামাজিক দূৰত্ব বজাই নৰখা লোকসকলক নাকী লগাবলৈ বাধ্য হ’ল বাইহাটা আৰক্ষী । সৰু-ডাঙৰ সকলো ধৰণৰ গাড়ীৰ চালক বা আৰোহীসকলৰ পৰা জৰিমনা বিহিলে আৰক্ষীয়ে ৷
লগতে পঢ়ক :