অসম

assam

ETV Bharat / state

ভাস্কৰ কলিতা আৰু জু-ৰোডৰ বিস্ফোৰণৰ তদন্ত কৰিব NIA য়ে

তিনিটাকৈ গোচৰ ৰুজু কৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । জু ৰোড ৰ বিস্ফোৰণ সন্দৰ্ভত NIA ৰ গুৱাহাটীস্থিত কাৰ্যালয়ত ৰুজু 4/2019 গোচৰ । বিস্ফোৰণ সংগঠিত হোৱাৰ পাচত উদ্ধাৰ কৰা বিস্ফোৰক সন্দৰ্ভতো 5/2019 গোচৰ ৰুজু কৰিলে NIA য়ে। বৰদুমচা থানাৰ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাৰ সন্দৰ্ভতো 6/2019 গোচৰ ৰুজু ।2018  চনৰ 4মে' ত আলফাবিৰোধী অভিযানত নিহত হৈছিল ভাস্কৰ কলিতা।

By

Published : Jun 27, 2019, 12:45 PM IST

NIA

গুৱাহাটী,27 জুন : গুৱাহাটীৰ জু-ৰোডৰ বিস্ফোৰণ আৰু আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাৰ গোচৰৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) । তিনিটাকৈ গোচৰ ৰুজু কৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত NIA ৰ গুৱাহাটীস্থিত কাৰ্যালয়ত ৰুজু 4/2019 গোচৰ । বিস্ফোৰণ সংগঠিত হোৱাৰ পাচত উদ্ধাৰ কৰা বিস্ফোৰক সন্দৰ্ভতো 5/2019 গোচৰ ৰুজু কৰিলে NIA য়ে। বৰদুমচা থানাৰ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাৰ সন্দৰ্ভতো 6/2019 গোচৰ ৰুজু ।2018 চনৰ 4মে' ত আলফাবিৰোধী অভিযানত নিহত হৈছিল ভাস্কৰ কলিতা।

ABOUT THE AUTHOR

...view details