অসম

assam

ETV Bharat / state

মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা - mirza

এই কৰ্মশালাত পৰিকল্পনা কৰা হয়  বিভিন্ন ধৰণৰ ৰোগৰ ঔষধ উদ্ভাৱনৰ । অনুষ্ঠানত উপস্থিত থাকে ডেপুটি ড্ৰাগ কন্ট্ৰলাৰ ডO  অজমিৰা ৰামকিচান,  ডO  অলকা শৰ্মাৰ লগতে বহুতো চিকিৎসক আৰু বিজ্ঞানী ।

মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা

By

Published : Jun 13, 2019, 11:10 PM IST

আজাৰা,১৩ জুনঃ মিৰ্জাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা । গুৱাহাটী নেচনেল ইনষ্টিটিউট অৱ ফাৰমাচিউটিকেল এডুকেচন এণ্ড ৰিৰ্চাছৰ উদ্যোগত মিৰ্জাত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা । পঞ্চমবাৰলৈ ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত হৈছে এই উদ্ভাৱন কৰ্মশালা । এই কৰ্মশালাত পৰিকল্পনা কৰা হয় বিভিন্ন ধৰণৰ ৰোগৰ ঔষধ উদ্ভাৱনৰ । অনুষ্ঠানত উপস্থিত থাকে ডেপুটি ড্ৰাগ কন্ট্ৰলাৰ ডO অজমিৰা ৰামকিচান, ডO অলকা শৰ্মাৰ লগতে বহুতো চিকিৎসক আৰু বিজ্ঞানী ।

মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা

ABOUT THE AUTHOR

...view details