বকো,31 ডিচেম্বৰ :বকোৰ ভালুকঘাটা সত্ৰত পুহৰ পূৰ্ণিমাত পালন কৰে মহখেদা উৎসৱ অথবা মহোহো ৷ অতি পুৰণি এই প্ৰথা সম্প্ৰতি বিলুপ্তিৰ পথত ৷ শুকান কলপাতেৰে ভালুক বনাই লাঠী লৈ মূৰত ধানখেৰৰ পাগুৰী মাৰি এই উৎসৱ উদযাপন কৰা হয় ৷
বকোত মহোহো উদযাপন - ভালুকঘাটা সত্ৰ
ভালুকঘাটা সত্ৰত পালন মহখেদা উৎসৱ অথবা মহোহো ৷ শুকান কলপাতেৰে ভালুক বনাই লাঠী লৈ মূৰত ধানখেৰৰ পাগুৰী মাৰি এই উৎসৱ উদযাপন কৰা হয় ৷
বকোত মহোহো উদযাপন
উল্লেখ্য যে, বিগত 20 বছৰৰ পাছত বুধবাৰে নিশা ভালুকঘাটাৰ সত্ৰৰ একাংশ যুৱকে মানুহৰ ঘৰে ঘৰে গৈ মহোহো উৎসৱ পালন কৰে ৷ মহোহো পালন কৰি লাভ কৰা ধনেৰে মাঘৰ উৰুকাত ভোজ খাই আনন্দ-স্ফূৰ্তি কৰে যুৱকসকলে ৷
লগতে চাওকঃনগাঁৱত ঠিকনা হেৰুৱাব নেকি কণ কণ পোৱালীৰে সৈতে দুস্প্ৰাপ্য বৰটোকোলাৰ পৰিয়ালে