অসম

assam

By

Published : Jun 16, 2019, 9:52 PM IST

ETV Bharat / state

বকোত বেটাৰী চোৰ গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ ফুলচান আলী আৰু শ্বাহ আলম

বকোত বেটাৰী চোৰ গ্ৰেপ্তাৰ

বকো,16 জুনঃ ম'বাইল টাৱাৰৰ বেটাৰী চোৰৰ বিৰুদ্ধে বকো আৰক্ষীৰ সফল অভিযান । দুটা গভাইত চোৰক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ ফুলচান আলী আৰু শ্বাহ আলমক । দুয়োটাৰ ঘৰ দক্ষিণ শালমাৰাৰ বীৰ সিং চৰত । 18 টা ম'বাইল টাৱাৰৰ বেটাৰী উদ্ধাৰ । জব্দ AS01-BH-1648 নম্বৰৰ হোণ্ডাই ইয়নখন । চাৰিজনীয়া দল এটাই এই চুৰি কাৰ্য সম্পন্ন কৰিব আহিছিল । বৰ্তমান দুজন পলাতক । বকো লামপাৰাৰ এক চুৰি ঘটনাক লৈ বকো আৰক্ষীয়ে চলাইছিল অভিযান ।

বকোত বেটাৰী চোৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details