বকো, 26 ডিচেম্বৰ : ক'ৰাণৰ মাজতে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ল পৱিত্ৰ বৰদিন ৷ এই উপলক্ষে কামৰূপৰ কেইবাটাও গীৰ্জাত বৰদিনৰ শুভেচ্ছা বাণী বিলাই ফুৰা দেশা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক ৷
৪০ টা গীৰ্জাত বৰদিনৰ শুভেচ্ছা বাণী বিলালে বিধায়ক ৰেকিবুদ্দিন আহমেদে - MLA WASHES ON CHRISTMAS
কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ প্ৰায় ৪০ টা গীৰ্জাত উপস্থিত হৈ পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে । লগতে দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰি গাৰো অধ্যুষিত অঞ্চলসমূহৰ ৰাইজৰ মত বিনিময় কৰা দেখা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক ৷
![৪০ টা গীৰ্জাত বৰদিনৰ শুভেচ্ছা বাণী বিলালে বিধায়ক ৰেকিবুদ্দিন আহমেদে mla-washes-on-christmas](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10011984-thumbnail-3x2-boku.jpg)
৪০ টা গীৰ্জাত বৰদিনৰ শুভেচ্ছা বাণী বিলালে বিধায়ক ৰেকিবুদ্দিন আহমেদে
৪০ টা গীৰ্জাত বৰদিনৰ শুভেচ্ছা বাণী বিলালে বিধায়ক ৰেকিবুদ্দিন আহমেদে
কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ প্ৰায় ৪০ টা গীৰ্জাত উপস্থিত হৈ পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে । দিনযোৰা কাৰ্যসূচীৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে খ্ৰীষ্টান ধৰ্মাৱলম্বী গাৰো অধ্যুষিত অঞ্চলসমূহৰ দলীয় কৰ্মীৰ সৈতে ভ্ৰমণ কৰাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে ।
লগতে পঢ়ক: ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক
Last Updated : Dec 26, 2020, 12:30 PM IST