বাইহাট, 5 ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ কমলপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী । প্ৰায় 20 সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰে চাইকেল ৰেলীত ৷ উপস্থিত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাকে আদি কৰি দলটোৰ বহুতো নেতাকৰ্মী ৷
কমলপুৰত বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - বিধানসভা নিৰ্বাচন
কমলপুৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ উপস্থিত দলটোৰ বহুতো নেতাকৰ্মী ৷
![কমলপুৰত বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ minister-himanta-biswa-sarma-today-part-of-cycle-rally-at-kamalpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10515075-thumbnail-3x2-ass.jpg)
কমলপুৰত বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কমলপুৰত বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
উল্লেখ্য যে, বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ আৰম্ভ কৰিছে ৷ শাসনাধিষ্ঠ বিজেপি দলেও ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত নিতৌ অংশ লৈছে বিশাল জনসভাত ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শুকুৰবাৰে কামৰূপ জিলাৰ কমলপুৰত বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বোৰ্কা মিনি ষ্টেডিয়ামত হেলিকপ্টাৰযোগে অবতৰণ কৰি প্ৰায় 25 কিলোমিটাৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক :ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ দায়িত্বত থকা নেতা-কৰ্মকৰ্তাৰ ক’ভিড পৰীক্ষা