অসম

assam

ETV Bharat / state

ৰঙিয়াত চানেকিৰ মাস্ক বিতৰণ - ক’ভিড-১৯

ৰাজ্যত বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ যাৰ বাবে এই সংক্ৰমণ কিছু হ’লেও ৰোধ কৰিবলৈ ৰঙিয়াৰ বিভিন্ন ঠাইত বৃহস্পতিবাৰে চানেকি নামৰ এটা বে-চৰকাৰী সংস্থাই বিতৰণ কৰে মাস্ক ৷

ৰঙিয়াত মাস্ক বিতৰণ চানেকি নামৰ বে চৰকাৰী সংস্থাৰ
ৰঙিয়াত মাস্ক বিতৰণ চানেকি নামৰ বে চৰকাৰী সংস্থাৰ

By

Published : Apr 15, 2021, 8:30 PM IST

ৰঙিয়া,15 এপ্ৰিল: ৰাজ্যত বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ যাৰ বাবে এই সংক্ৰমণ কিছু হ’লেও ৰোধ কৰিবলৈ ৰঙিয়াৰ বিভিন্ন ঠাইত বৃহস্পতিবাৰে চানেকি নামৰ এটা বে-চৰকাৰী সংস্থাই বিতৰণ কৰে মাস্ক ৷

শেহতীয়াভাৱে ৰঙিয়াৰ কেইবাজনো লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ অৱস্থিতি । এনে এক দুৰ্যোগৰ সময়ত চানেকি নামৰ এটা বে-চৰকাৰী সংস্থাই চলাইছে সজাগতা অভিযান । লগতে কিছুদিন ধৰি ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মাস্ক পৰিধান আৰু সামাজিক দূৰত্বৰ বিষয়েও সজাগতা সৃষ্টিৰ বাবে চেষ্টা চলাইছে সংস্থাটোৱে ।

লগতে পঢ়ক:পয় চাং কেন উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details