গুৱাহাটী, 15 নৱেম্বৰঃ অৱশেষত নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ ৷ দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ বায়ু সেনা ষ্টেচনলৈ অনা হ'ল বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ । ইয়াৰ পৰা পোনে পোনে সেনা বাহিনীৰ বেছ হাস্পতাললৈ নিয়া হয় শ্বহীদগৰাকীৰ নশ্বৰদেহ ৷
নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ - martyr hardhan chandra rai
অৱশেষত নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ ৷ দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ বায়ু সেনা ষ্টেচনলৈ অনা হ'ল বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ ।
গুৱাহাটী আহি পালে বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ
উল্লেখ্য যে, পাকিস্তান সীমান্তত শ্বহীদ হৈছিল ধুবুৰীৰ বিলাসীপাৰাৰ বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়। ভাৰতীয় সেনাৰ ৫৯ আৰ্টিলাৰী ৰেজিমেন্টত কৰ্মৰত আছিল শ্বহীদ ৰায় ৷ বেছ হাস্পতালত সামৰিক মৰ্যাদা প্ৰদান কৰাৰ পিছতেই ধুবুৰীলৈ নিয়া হ'ব বীৰ শ্বহীদ গৰাকীৰ নশ্বৰদেহ ৷
লগতে পঢ়ক-2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে
Last Updated : Nov 15, 2020, 9:42 PM IST